যদি আপোনি একেলগে ২জনক ভাল পাই পেলাই
তেনেহলে ..............................................................
দ্বিতীয় জনক বাছি লওক ............... কাৰণ...............
প্ৰথম জনক যদি আপোনি সছাই ভাল পালে হয়
তেনেহলে ...............................................................
দ্বিতীয় জনৰ প্ৰেমত কেতিয়াও নপৰিলে হয় ।।
আৰু যদি দ্বিতীয় জনক বাছি লোৱাৰ পিছতো
তৃতীয় জনক ভাল পাই পেলাই ......................
তেনেহলে ভালপোৱা বাদ দিয়ক ।।
আগতে নিজে ঠিকহৈ লওক .............!!!!
কিয়নো পুৰণি বছৰ শেষ ...................
নতুন বছৰ আৰম্ভ HAPPY NEW YEAR