EONADS

এদিন ভগৱানে এজন মানুহৰ Memory Delete কৰি দিলে ...........

 এদিন ভগৱানে এজন মানুহৰ Memory Delete কৰি দিলে ...........

পিছত তেওক সুধিলে, তোমাৰ কিবা মনত আছে নে ............ ??


মানুহ জনে নিজৰ পত্নীৰ নাম কলে ..........................................

ভগৱানে  হাহি হাহি কলে ...........................................................

সম্পূৰ্ণ System formate কৰি দিলো, তথাপি Virus ৰৈ গল ...........!!

পতি পত্নীৰ সম্বন্ধ জনম জনম লৈকে

Delete কৰিলেও Delete নহয় 

Delete কৰাৰ চেষ্টাও নকৰিব ।।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !