আমি পৃথিবীত তিনিটা বস্তুৰ বাবে কষ্ট কৰো .....................
১/ মোৰ নাম উজ্জল হওক ...........................
২/ মোৰ সাজ পাৰ ভাল হওক ................
৩/ মোৰ ঘৰ বহুত ধুনীয়া হওক ..............
কিন্তু আমাৰ মৃত্যুৰ পিছত ওপৰৱালাই
সৰ্বপ্ৰথমে এই তিনিটা বস্তু বদলি কৰি দিয়ে
১/ নাম .................... .........................স্বৰ্গীয়
২/ সাজপাৰ ................ ...................কফন
৩/ ঘৰ ........................................... শ্মশান