-এজনী মহিলা তাইৰ প্ৰেমিকৰ সৈতে ফুৰিব গৈছিল, হঠাৎ মহিলাজনীৰ স্বামী আহি মহিলাজনীৰ প্ৰেমিকক মাৰিবলৈ আৰম্ভ কৰিলে।
পত্নীঃ মাৰক মাৰক তেওৰ নিজৰ পত্নীক ফুৰাবলৈ নিব নোৱাৰে ... বেলেগৰ পত্নীক ফুৰাবলৈ লৈ যায় ।
( হঠাৎ প্ৰেমিকৰ জোছ উঠি গল আৰু মহিলাজনীৰ স্বামীক মাৰিবলৈ আৰম্ভ কৰিলে )
মহিলা: মাৰক আৰু মাৰক,নিজেও ফুৰাব নিনিব আৰু বেলেগৰ লগতো ফুৰিব নিদিব ।