EONADS

স্বামী আৰু পত্নীৰ ফোনত কথোপকথন ।

 স্বামী আৰু পত্নীয়ে ফোনত কথা পাতি আছে।

পত্নীঃ আপুনি ক'ত আছে?

স্বামীঃ DARLING তোমি ভাল পোৱা গহনা দোকানখনৰ কথা মনত আছেনে আৰু কৈছিলা যে 

'ঈশ! যদি মই এইটো কিনিব পাৰিলো হয় ?'

পত্নী: (ডাঙৰ কণ্ঠত) হয় হয় মনত আছে, মনত পৰিছে !

স্বামীঃ মই সেই গহনা দোকানখনৰ ঠিক কাষতে থকা দো




কানত বহি চাহ খাই আছোঁ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Latest News Loading...

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !