লক ডাউনৰ সময়ত ...
বহুদিন ধৰি মই কোনো কাজিয়া দেখা নাছিলো .....
ঘৰৰ ওচৰৰ খুৰা এজনৰ গাড়ীত...
ধুলিৰে গাড়ীৰ গ্লাছত ওচৰৰে খুড়ী এজনীৰ নাম লিখি দিলো পিছত ....
দুয়োটা ঘৰৰ পৰা বম ফুটাৰ শব্দ হে শুনা গৈছিল আৰু আমাৰ
গোটেই দিনটো আৰামেৰে পাৰ হৈ গৈছিল...!!
FUNNY JOKES DAILY
November 05, 2021