EONADS

আপোনিও কথা শুনা নাছিল !!!! Dog Training jokes

 আজি ঘৰত পোহনীয়া কুকুৰটোক পত্নীয়ে 

দুই ভৰীৰ ওপৰত থিয় হবলৈ বহুত Training

দি আছে, আৰু কুকুৰটোৱে একোকে নুশুনা নমনা

হৈছে .........তাকে দেখি মই মাথো কলো..........

কাম নহব........।

................

...............

.......মনে মনে থাকক প্ৰথমতে তো

আপোনিও কথা শুনা নাছিল !!!!


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !