ৰাজু – আজিকালি মোৰ ব'ৰ বুদ্ধী হৈছে,
পূণা - তুমি কেনেকৈ গম পালা...?
ৰাজু – মই এতিয়া... শীতকালত.... এটা এচি কিনি আনিছো,
পূণা - এই শীতকালত...এনেই ঠাণ্ডা তাতে আকৌ এচি?
ৰাজু – ভাই, মই এচিটো ওলোটাকৈ লগাইছো,
ঘৰত গৰম বতাহ দিব, আৰু ঠাণ্ডা বতাহ 🙂 🙂 বাহিৰলৈ যাব