EONADS

SURPRISE GIFT পত্নীৰ পৰা .......

 প্ৰথম বন্ধু: আপোনাৰ চুটটো বৰ ধুনীয়া। ক'ৰ পৰা কিনিলে ?

দ্বিতীয় বন্ধু: মোৰ পত্নীয়ে মোক এইটো SURPRISE GIFT হিচাপে  দিছে।

প্ৰথম বন্ধু: কেনে ধৰণৰ SURPRISE?

দ্বিতীয় বন্ধু: মই অফিচৰ পৰা উভতি আহি দেখো যে এই চুটটো চো




ফাত পৰি আছিল ।।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !