পত্নীঃ আপুনি মোক কিমান ভাল পায়?
স্বামীঃ মই তোমাক বহুত ভাল পাওঁ,
তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম।
পত্নীঃ আপুনি মোক কিমান ভাল পায় খোলা খোলিকৈ কওক না !!!
স্বামী: OK, ধৰা মই ম'বাইল
আৰু তোমি চিম কাৰ্ড , চিম কাৰ্ড অবিহনে মোবাইল যেনেকোৱা,
মই তোমাৰ অবিহনে তেনেকুৱা।
পত্নী: WOW, বৰ.. ...ৰোমান্টিক,,
স্বামীঃ (মনতে) তাই বুজিকে নাপালে যে......
এটা মোবাইলৰ ভিতৰত দুটা চিম কাৰ্ডো থাকে।