আয়ুস বঢ়োৱা ঔষধ .......
ৰোগীঃ আয়ুস বঢ়োৱাৰ কিবা উপায়
আছে নেকি ডাক্তৰ ?
ডাক্তৰঃ বিয়া পাতি লওক ।
ৰোগীঃ বিয়া পাতিলে কি
আয়ুস বাঢ়ি যাব নেকি ???
............
ডাক্তৰঃ নাবাঢ়ে, কিন্তু,
দুটা লাভ নিশ্চয় হব......
...........
বহু দিন জীয়াই থকাৰ ইচ্ছা
মনৰ পৰা উৰি যাব... আৰু
বাকী থকা জীৱন খিনিও
দীঘল দীঘল যেন লাগিব....!!