আজি ৰাতিপুৱা fb কৰি থাকোতে মোৰ fb frnd এজনীয়ে
পিঠাৰ ফটো upload দি লিখিলে .....
" আহক Breakfast কৰি লওক " আৰু মইয়ো .........
comment কৰিলো .......... বহুত testy হৈছে,
মজ্জা লাগি গৈছে খায় ,..পত্নীয়ে মনে মনে ........
মোৰ comment টো পঢ়িলে আৰু ৰাতিপুৱাৰ পৰা
একো খাব নিদিলে... চাৰি ঘণ্টা মান ভুকত ৰাখি ...
এবাৰ আহি সুধিলে ...............
দুপৰীয়াৰ ভাত ঘৰতে খাব .........নে ......
facebook ত খাব ...!!!