EONADS

নোট বন্দীৰ পিছত এইবাৰ ছাগলী বন্দী ...... ( নতুন আইন )

নোট বন্দীৰ পিছত এইবাৰ ছাগলী বন্দী ...... ( নতুন আইন )

....................................


এজন মানুহে  ছাগলী এজনী বাছত উঠাই লৈ যাব বিচাৰোতে

Bus conducter জনে মানা কৰিলে .......

............................

মানুহ জনে ছাগলী জনীক বোৰ্খা পিন্ধাই Busত লৈ গল

Conducterক কলে ... এইয়া মোৰ নানী,

বুঢ়ী হৈ যোৱাৰ বাবে কুজী হৈ গল ......

..............................

কিছু সময় পিছত ছাগলী জনীয়ে হাগি দিলে

ওচৰতে থকা লৰা এজনে .......

আ ৰে  ভাই ... আপোনাৰ নানীৰ দেখোন মালা চিঙি গল  ।। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !