EONADS

এজন পুৰুষ মানুহে দিনটোত কিমান শব্দ কয় ?? আৰু এজনী তিৰুতা মানুহে দিনটোত কিমান শব্দ কয় ??

 এজন পুৰুষ মানুহে দিনটোত কিমান শব্দ কয়  ??আৰু

এজনী তিৰুতা মানুহে দিনটোত কিমান শব্দ কয়  ??



এজন মতা মানুহে দিনটোত প্ৰায় 23,000 হাজাৰ মান শব্দ কয় ...

আৰু তিৰুতা সকলে 30,000 হাজাৰ মান শব্দ কোৱা বুলি শুনিছো ..

........................................

অসুবিধা তেতিয়া আৰম্ভ হয় যেতিয়া গিৰিয়েক ঘৰ গৈ পায় .......

গিৰিয়েকে ঘৰ গৈ পোৱাৰ আগতেই অফিচত,বজাৰত,এই,23,000

হাজাৰ শব্দ কওতেই শেষ হৈ যায় ....... আৰু পত্নীৰ ................

নিজৰ 30,000 হাজাৰ শব্দ কোৱা আৰম্ভ কৰোতেই ..................

গিৰিয়েকে কথা কব নোৱাৰা হৈ যায় ....!!

                   কোনোবাই ভাবিৱ পাৰে আমি পত্নীক 

                       ভয় কৰাৰ বাবে হে কথা নকও !!

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Latest News Loading...

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !