EONADS

যি সকলে এতিয়ালৈকে বিয়া পতা নাই ....... বিয়া পতাৰ লাভা - লাভ ............

 যি সকলে এতিয়ালৈকে বিয়া পতা নাই .......

বিয়া পতাৰ লাভা - লাভ ............



.......................................................................

যদি আপোনি ভাল পত্নী পাই, তেনেহলে ........

আপোনাৰ নিজৰ লাভ, কাৰণ ..........

তেতিয়া আপোনি হব পাৰিব  ।

.........................................................................

যদি বেয়া পত্নী পাই তেনেহলে ......

দেশৰ লাভ ..... কাৰণ তেতিয়া আপোনি

দাৰ্শনিক হব পাৰিব ......... (গ্ৰীক মতবাদ)

.......................................................................

বিয়া কৰোৱাৰ অৰ্থ হৈছে ...........

নিজৰ অধিকাৰক আধা কৰি লোৱা মানে ....

কৰ্তব্যক দ্বিগুণ কৰি লোৱা ......

ছোৱালী সকলে বিয়াৰ আগত কন্দা - কটি কৰে

আৰু লৰা সকলে বিয়াৰ পিছত ......(পোলিশ প্ৰবাদ)

................................................................................

পত্নীৰ লগত বীৰত্ব দেখুৱাই লাভ কি

আঘাত কৰিলেও কষ্ট,

আঘাত পালেও কষ্ট........!!! ( ৰবিন্দ্ৰনাথ ঠাকুৰ )

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !