যদি কাৰোবাৰ ধুনীয়া Girl Friend আছে....
আৰু ভৱিষ্যতে আপোনাক এৰি দিব পাৰে বুলি
ভয় খাই আছে... তেনেহলে........
আপোনি আপোনাৰ Girl Friendৰ পৰা
অলপ মান টকা ধাৰে লৈ লওক,
কেতিয়াও আপোনাক এৰি নাযায় !!
ধন্যবাদেৰে
প্ৰেমত ধোখা খোৱা মানুহ
FUNNY JOKES DAILY
October 29, 2021
যদি কাৰোবাৰ ধুনীয়া Girl Friend আছে....
আৰু ভৱিষ্যতে আপোনাক এৰি দিব পাৰে বুলি
ভয় খাই আছে... তেনেহলে........
আপোনি আপোনাৰ Girl Friendৰ পৰা
অলপ মান টকা ধাৰে লৈ লওক,
কেতিয়াও আপোনাক এৰি নাযায় !!
ধন্যবাদেৰে
প্ৰেমত ধোখা খোৱা মানুহ