আমাৰ দেশত মুঠ .......
22546474378 মানুহ এলেহুৱা হয়........
ইয়াৰ ভিতৰত কিছু ইমানেই
এলেহুৱা যে.....তেওলোকে এতিয়া ওপৰত
লিখা সংখ্যাটোও নাই পঢ়া.....!!!!
নাই এতিয়া আৰু নপঢ়িব.........
গণনা হৈ গল, আপোনি অকলে
বুলি নাভাবিব মইয়ো আছো...!!!!
FUNNY JOKES DAILY
October 29, 2021
আমাৰ দেশত মুঠ .......
22546474378 মানুহ এলেহুৱা হয়........
ইয়াৰ ভিতৰত কিছু ইমানেই
এলেহুৱা যে.....তেওলোকে এতিয়া ওপৰত
লিখা সংখ্যাটোও নাই পঢ়া.....!!!!
নাই এতিয়া আৰু নপঢ়িব.........
গণনা হৈ গল, আপোনি অকলে
বুলি নাভাবিব মইয়ো আছো...!!!!