EONADS

মোৰ পত্নীয়ে সদায় মোৰ আদেশ মানি চলে...!

 ৰাজু - মোৰ পত্নীয়ে সদায় মোৰ আদেশ মানি চলে...!


গোপাল - সেইটো কেনেকৈ...? 

.


ৰাজু - যদি মই কওঁ...গৰম পানী আনিবলৈ

মোৰ পত্নীয়ে গৰম পানী আনি দিয়ে আৰু যদি

মই কওঁ ঠাণ্ডা পানী, লগে লগে ঠাণ্ডা পানী লৈ আহে। 

.

গোপাল - খুব ভাল... পিছত কি হ'য়...? 

.

ৰাজু - কি হ'ব আৰু, মই ঘৰৰ সকলো 

বাচন বৰ্তনবোৰ ধুই পেলাও .....!

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !