অসমীয়া আৰু বিহাৰী দুজনী মহিলাৰ কথোপকপন ...
বিহাৰী মহিলা : খানা খা লিয়া ...???
অসমীয়া মহিলা : হা
বিহাৰী মহিলা : আজ ক্যা বনায়া ?
অসমীয়া মহিলা : আজ মেৰা পেট ভাল নহি থা...সেয়ে মাগুৰ মাছ কা তৰকাৰী আৰু ভাত বনায়া
বিহাৰী মহিলা : ক্যা???...মগৰমছ ???..কাহা মিলা ?? অসমীয়া মহিলা : কেলেই ..বজাৰৰ পৰা কিনকে আনা ..
..একদম জীৱন্ত থা...জপিয়াতা থা ..
বিহাৰী মহিলা : :: ফিৰ মাৰা কেইচে?
অসমীয়া মহিলা : খুব লম্ফ জম্ফ কিয়া ...সেইকাৰনে আফলিয়াই আফলিয়াই মাৰা...
তাৰপিছত পাথৰ চে মাছ কা মাথা মে জুৰ চে কুবায়া...মাছেও ভালদৰে গম পাই গিয়া যে কাৰ হাতত পৰিলা।
বিহাৰী মহিলা : ( আচৰিত হৈ)
অসমীয়া লোগ কেইচা হে, মগৰমচ ভি খা লেতা হে ।