EONADS

বহু দিন ধৰি এজনীৰ লগত চেনি খাই আছিলো,

 


মই আজি বহু দিন ধৰি এজনীৰ লগত চেনি খাই আছিলো,


তাইক পটোৱাৰ বাবে বহুত মেচেজ কৰিও সফল হব পৰা নাছিলো...!!!

একেৰাহে 8 মাহ কথা পতাৰ পিছত, ছোৱালীজনীয়ে মোক যোৱা নিশা কলে ....

"বিশ্বাস কৰক, ভাই, যদি মই ছোৱালী হ'লোহেঁতেন, মই এতিয়ালৈকে পটি গলো হেতেন। "😳😢

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !