ৰাজু দৰ্জীয়ে এদিন দোকান যোৱাৰ বাবে বাছত গৈ বহিল
তেতিয়া এটা ফোন আহিল,ফোনটো ৰিচিভ কৰিলে আৰু কলে
তই হাতটো কাটি পেলা .....আৰু মই আহি
বাকী খিনি কটাৰ বাদেও
ডিঙিটো কাটিম ......
এইকথা শুনি গোটেই বাছ খালী .........
FUNNY JOKES DAILY
November 04, 2021
ৰাজু দৰ্জীয়ে এদিন দোকান যোৱাৰ বাবে বাছত গৈ বহিল
তেতিয়া এটা ফোন আহিল,ফোনটো ৰিচিভ কৰিলে আৰু কলে
তই হাতটো কাটি পেলা .....আৰু মই আহি
বাকী খিনি কটাৰ বাদেও
এইকথা শুনি গোটেই বাছ খালী .........