EONADS

"এই সোণৰ ফোনটো মোৰ নহয়।"

 এজনী ছোৱালীৰ ফোন শৌচালয়ত পৰিল। শৌচালয়ৰ পৰা "জিন" প্ৰকট হল ...


"জিন"য়ে ছোৱালীজনীক এটা সোণৰ ফোন দি ক'লে, "এয়া লওক আপোনাৰ ফোন. . . .


ছোৱালীজনীয়ে "কুঠাৰ"ৰ কাহিনী মনত পৰি গল ।


সেয়েহে, সততা দেখুৱাই তাই কলে,


"এই সোণৰ ফোনটো মোৰ নহয়।"


জিন : - পাগলি কন্দোৱাবি নেকি? ধুই ল এইটোই তোৰয়েই ফোন ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !