EONADS

নিশা পতি , পত্নী পাৰ্টিৰ পৰা উভতি আহোতে বাটত, আৰক্ষীয়ে তেওঁলোকৰ গাড়ীখন ৰখাই অনুসন্ধান আৰম্ভ কৰে...😀😀

 নিশা পতি , পত্নী পাৰ্টিৰ পৰা উভতি আহোতে

বাটত, আৰক্ষীয়ে তেওঁলোকৰ গাড়ীখন ৰখাই  অনুসন্ধান আৰম্ভ কৰে...😀😀

গাড়ীৰ কাগজপত্ৰ পৰীক্ষা কৰাৰ পিছত ..........

পৰিদৰ্শকে তেওঁৰ পত্নীৰ ফালে আঙুলিয়াই স্বামীক সুধিলে:

এই মহিলা গৰাকী কোন...?

স্বামী - মোৰ পত্নী ...

পৰিদৰ্শক - এখেত যে আপোনাৰ পত্নী ইয়াক প্ৰমাণ কৰিবলৈ আপোনাৰ ওচৰত কিবা প্ৰমাণ আছে

এইটো আপোনাৰ পত্নী...?

স্বামীয়ে প্ৰথমে দুই মিনিট মান ভাবিলে,

তাৰ পিছত গাড়ীৰ পৰা নামি ইন্সপেক্টৰজনৰ কাষলৈ গৈ

তেওঁ লাহেকৈ ক'লে, চাৰ, যদি আপুনি কেনেবাকৈ প্ৰমাণ কৰি দিয়ে

যে এই মহিলাগৰাকী মোৰ পত্নী নহয়, তেনেহলে মই মোৰ এই গাড়ী খন

 আপোনাৰ নামত কৰি দিম...!.

ইন্সপেক্টৰ চাৰ বেহুচ...🙆🙆

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Latest News Loading...

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !