এদিন এজনী ছোৱালী মন্দিৰলৈ গৈ তাইৰ বিয়াৰ বাবে প্ৰাৰ্থনা কৰি থাকোতে !
তাইৰ লাজ লাগি গল...
তাই লাজে লাজে, "হে ভগৱান, মই নিজৰ বাবে বিচৰা নাই,
মাত্ৰ মোৰ মাক এটা ধুনীয়া জোৱাই দি দিয়া .... !!!
প্ৰাৰ্থনা গ্ৰহন হল .... আৰু তাইৰ সৰু ভনীয়েকৰ বিয়া হৈ গল !!
!