EONADS

পত্নীৰ লগত কাজিয়া লাগিলে জয়ী হোৱাৰ সহজ উপায়......

 পত্নীৰ লগত কাজিয়া লাগিলে 

জয়ী হোৱাৰ সহজ উপায়......


যেতিয়া পত্নীৰ লগত কাজিয়া লাগে...

আপোনি লুকাব গৈ বিছনাৰ তলত...,

.............

চাব অলপ পিছত আপোনাৰ পত্নীয়ে

আঠু কাঢ়ি কব....

বিছনাৰ তলৰ পৰা ওলাই আহা,

আৰু নামাৰো বুলি কৈছো নহয় !!

আপোনি অলপ সময় আঠু কঢ়াই ৰাখি

ওলাই আহক........

পালে নহয় শাস্তি আৰু নাকত লাজ থাকিলে

আপোনাৰ লগত কেতিয়াও কাজিয়া নকৰে ।

            ( প্ৰমাণিত উপায় )



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !