👫ঘৰত যেতিয়া বিয়াৰ কথা চলিছিল..
লাগিছিল....Electionৰ টিকট পাই গলো ।
ছোৱালী চাব যাওতে লাগিছিল ধুম ধাম.....
প্ৰচাৰ চলি আছে, যেতিয়া ছোৱালীয়ে হ্যা বুলি কলে..
তেতিয়া লাগিছিল যেন MLA হৈ গলো.... আৰু..
বিয়াৰ 2 - 4 দিন লাগিছিল যেন.. মুখ্যমন্ত্ৰী হৈ গলো ।
আৰু বিয়াৰ পিছত এতিয়া ....... লাগি আছে যেন ...
কিবা ...ঘোটালা কৰি ফাসি গলো......!!!!