EONADS

পত্নীয়ে খংতে মোক চছমা লগাই চাব নোৱাৰে বুলি কৈ

 যোৱা ৰাতি ঠিক ২ বজাত পত্নীৰ Mobile

Message tuneৰ শব্দ শুনি

সাৰ পাই উঠি Mobile টো চাই দেখিলো

লিখা আছে Beautiful... 

সুবিধাটো পাই শুৱাতে দুটামান 


লগাই দি কলো, এইয়া কি ???

পত্নীয়ে একোকে টলকিব নোৱাৰি

মোৰ হাতৰ পৰা Mobile টো নি

ভাবিলে এই 40 বছৰ বয়সত 

কোনেনো মোক Beautiful লিখিলে ...???

চাৰ্জত থকা Mobileটো যেতিয়া চেক কৰিলে...

দেখিলে তাত লিখা আছে Batteryful...!!!!

পত্নীয়ে খংতে মোক চছমা লগাই চাব নোৱাৰে বুলি কৈ

আৰম্ভ কৰি দিলে ...!!!

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Latest News Loading...

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !